অসম

assam

ETV Bharat / state

ধনশিৰিত ৰে'ল বিভাগৰ বুজ ললে উত্তৰ-পূৱ সীমান্ত প্ৰবন্ধক সঞ্জীৱ ৰায়ে - north-east railway manager present at golaghat dhansiri

উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ প্ৰবন্ধক সঞ্জীৱ ৰায়ে বুধবাৰে ধনশিৰিত উপস্থিত হৈ বুজ ল'লে ৰে'ল বিভাগটোৰ অভাৱ অভিযোগসমূহ ৷

গোলাঘাট
ধনশিৰিত ৰে'ল বিভাগৰ বুজ ললে উত্তৰ-পূৱ সীমান্ত প্ৰবন্ধক সঞ্জীৱ ৰায়ে

By

Published : Jan 22, 2020, 8:12 PM IST

গোলাঘাট, 22 জানুৱাৰীঃ বুধবাৰে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ প্ৰবন্ধক সঞ্জীৱ ৰায়ে ভ্ৰমণ কৰে ধনশিৰি মহকুমা ৷ ধনশিৰিত উপস্থিত হৈ ৰে'ল বিভাগটোৰ অভাৱ অভিযোগসমূহ বুজ লোৱাৰ লগতে বৰপথাৰত ৰে'ল বিভাগৰ এক গুডাম ঘৰৰ শুভাৰম্ভ কৰে প্ৰবন্ধক গৰাকীয়ে ৷

ধনশিৰিত ৰে'ল বিভাগৰ বুজ ললে উত্তৰ-পূৱ সীমান্ত প্ৰবন্ধক সঞ্জীৱ ৰায়ে
ধনশিৰিত ৰে'ল বিভাগৰ বুজ ললে উত্তৰ-পূৱ সীমান্ত প্ৰবন্ধক সঞ্জীৱ ৰায়ে
ধনশিৰিত ৰে'ল বিভাগৰ বুজ ললে উত্তৰ-পূৱ সীমান্ত প্ৰবন্ধক সঞ্জীৱ ৰায়ে

বৰপথাৰত উপস্থিত হোৱাৰ পাচতে অঞ্চলবাসীয়ে সম্বৰ্ধনা জনোৱাৰ উপৰিও দাবী সমূহো উত্থাপন কৰে সঞ্জীৱ ৰায়ক ৷ বৰপথাৰ ৰে'লৱে ষ্টেচনত ব্ৰহ্মপুত্ৰ মেইল, ৰঙিয়া-ডিব্ৰুগড় যাত্ৰীবাহী ৰে'লৰ ষ্টপেজ দিয়াৰ লগতে এখন ফুট অভাৰব্ৰীজ নিৰ্মাণ, টি.টি কলনী নিৰ্মাণ কৰাৰ লগতে ষ্টেচনটো পুনৰ নিৰ্মাণৰ বাবে বিভিন্ন দল-সংগঠন সমূহে স্মাৰক পত্ৰ প্ৰদান কৰে |

আৰু পঢ়কঃ শ্ৰেণী বৰ্জন কৰি গণ প্ৰতিবাদ সাব্যস্ত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ

ABOUT THE AUTHOR

...view details