অসম

assam

ETV Bharat / state

গোলাঘাটত ৰাষ্ট্ৰীয় বন শ্বহীদ দিৱস উদযাপন - অসম বন সেৱা (প্ৰথম শ্ৰেণী) বিষয়া সন্থা

অসম বন কৰ্মচাৰী সন্থাৰ উদ্যোগত আৰু অসম বন সেৱা (প্ৰথম শ্ৰেণী) বিষয়া সন্থা আৰু বন সংপালক সন্থাৰ সহযোগত গোলাঘাটত ৰাষ্ট্ৰীয় বন শ্বহীদ দিৱস উদযাপন ৷

গোলাঘাটত ৰাষ্ট্ৰীয় বন শ্বহীদ দিৱস উদযাপন

By

Published : Sep 11, 2019, 9:08 PM IST

গোলাঘাট, 11 চেপ্তেম্বৰঃ গোলাঘাটত ৰাষ্ট্ৰীয় বন শ্বহীদ দিৱস উদযাপন ৷ অসম বন কৰ্মচাৰী সন্থাৰ উদ্যোগত আৰু অসম বন সেৱা (প্ৰথম শ্ৰেণী) বিষয়া সন্থা আৰু বন সংপালক সন্থাৰ সহযোগত উদযাপন কৰা হয় এই দিৱস। দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা সভাত মুখ্য বন সংৰক্ষক এ.এম.সিং উপস্থিত থাকি কৰ্তব্যৰত বনকৰ্মী আৰু বন বিষয়াৰ মৃত্যুত এককালীন সাহায্য বৃদ্ধিৰ বাবে চৰকাৰক আবেদন কৰাৰ বিষয়ে অৱগত কৰে । ইপিনে হাতী মানুহৰ সংঘাত দূৰীকৰণৰ বাবেও বিভাগে কেতবোৰ আঁচনি গ্ৰহণ কৰিছে বুলিও জানিবলৈ দিয়ে ৷ উক্ত সভাতে ৰাজ্যৰ বন বিভাগৰ শ্বহীদ পৰিয়ালক সম্বৰ্ধনা জনোৱা হয় ৷

গোলাঘাটত ৰাষ্ট্ৰীয় বন শ্বহীদ দিৱস উদযাপন

ABOUT THE AUTHOR

...view details