অসম

assam

ETV Bharat / state

বৰপথাৰত স্বামীয়ে প্ৰাণ কাঢ়িলে পত্নীৰ

গোলাঘাট জিলাৰ বৰপথাৰৰ ভগবান বাগানৰ ৭নং লাইনত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড ৷ স্বামীৰ হাতত মৃত্যু হ’ল দুৰ্ভগীয়া পত্নীৰ ৷

By

Published : Apr 19, 2021, 8:40 PM IST

বৰপথাৰত স্বামীয়ে প্ৰাণ কাঢ়িলে পত্নীৰ
বৰপথাৰত স্বামীয়ে প্ৰাণ কাঢ়িলে পত্নীৰ

গোলাঘাট,19 এপ্ৰিল: গোলাঘাট জিলাৰ বৰপথাৰৰ ভগবান বাগানৰ ৭নং লাইনত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড ৷ স্বামীৰ হাততেই মৃত্যু হ’ল দুৰ্ভগীয়া পত্নীৰ ৷ অভিযোগ অনুসৰি, দেওবাৰে নিশা স্বামীয়ে দাৰে ঘপিয়াই হত্যা কৰে পত্নীক ৷ মৃত মহিলাগৰাকীৰ নাম পূৰ্ণিমা গোৱালা মুণ্ডা । হত্যাকাণ্ড সংঘটিত কৰা ব্যক্তিগৰাকী হৈছে সীতাৰাম মুণ্ডা ৷ হত্যাকাণ্ড সংঘটিত কৰিয়েই বৰপথাৰ থানাত আত্মসমৰ্পণ কৰে সীতাৰাম মুণ্ডাই ৷

প্ৰাপ্ত তথ্য অনুসৰি, পাৰিবাৰিক কন্দলৰ বাবেই এই হত্যাকাণ্ড সংঘটিত কৰে অভিযুক্ত সীতাৰাম মুণ্ডাই ৷

লগতে পঢ়ক:বাইহাটা চাৰিআলিত শিক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদ

For All Latest Updates

ABOUT THE AUTHOR

...view details