- গোলাঘাট বগীজান আৰক্ষীৰ জালত এটা মোবাইল চুৰ ৷
- আটকাধীন চোৰটোৰ পৰা আৰক্ষীয়ে বহু কেইটা দামী মোবাইল জব্দ কৰে ৷
- দীর্ঘদিনে বগীজান অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰি আহিছিল চোৰটোৱে ৷
- শনিবাৰে বগীজান আৰক্ষীয়ে অভিযান চলাই কাৰ্বিআংলঙৰ দুৰ্গম অঞ্চলৰ পৰা আটক কৰে চোৰটোক ৷ গোলাঘাটত আৰক্ষীৰ জালত মোবাইল চুৰ
গোলাঘাটত আৰক্ষীৰ জালত মোবাইল চুৰ - bogijan police
চুৰ টোক আটক কৰি বগীজান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷
![গোলাঘাটত আৰক্ষীৰ জালত মোবাইল চুৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4229629-thumbnail-3x2-vbhs1.jpg)
গোলাঘাটত আৰক্ষীৰ জালত মোবাইল চুৰ