অসম

assam

ETV Bharat / state

বিধায়ক মৃণাল শইকীয়াৰ গৰু বিহু উদযাপন

"সকলোৱে ঘৰে ঘৰে গৰু পুহক ৷ গৰুৰ পৰা লাভ কৰক বিভিন্ন সুবিধা ৷"এই মন্তব্য খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ ৷

মৃণাল শইকীয়াৰ গৰু বিহু উদযাপন

By

Published : Apr 14, 2019, 10:24 AM IST

গোলাঘাট , 14 এপ্ৰিল :আৰম্ভ হ'ল বাপতি সাহোন গৰু বিহু ৷ প্ৰত্যেক বছৰৰ দৰে এইবেলিও খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই যোগীবাৰী বিলত পৰম্পৰাগত ভাৱে গৰু বিহু উদযাপন কৰে ৷

মৃণাল শইকীয়াৰ গৰু বিহু উদযাপন

বয়োজ্যেষ্ঠ লোকসকলৰ স'তে একেলগে মিলি জুলি গৰুক গা ধুৱালে খুমটাইৰ বিধায়ক গৰাকীয়ে ৷ ইপিনে গৰুক গা ধুৱাৰ লগতে বিধায়ক গৰাকীয়ে নিজ গোহালীৰ গৰুৰ লগতে এটা উটকো গা ধুৱাই ৷ গৰু বিহু উপলক্ষে বিধায়কজনে সকলোকে ঘৰে ঘৰে গৰু পুহিবলৈ আহ্বান জনায় ৷

ABOUT THE AUTHOR

...view details