অসম

assam

বিধায়ক মৃনাল শইকীয়াক ক'লা পতাকা প্ৰদৰ্শন

By

Published : Jan 23, 2020, 9:06 PM IST

বহস্পতিবাৰে বিধায়ক মৃনাল শইকীয়াক ক'লা পতাকা প্ৰদৰ্শন কৰে দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাই ৷

মৃনাল শইকীয়া
বিধায়ক মৃনাল শইকীয়াক ক'লা পতাকা প্ৰদৰ্শন

খুমটাই, 23 জানুৱাৰীঃ খুমটাই সমষ্টিৰ বিধায়ক মৃনাল শইকীয়াক ক'লা পতাকা প্ৰদৰ্শন । নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ উপৰিও বিভিন্ন মন্তব্যৰে সংবাদ শিৰোনামা দখল কৰা খুমটাই সমষ্টিৰ বিধায়ক মৃনাল শইকীয়াই বৃহস্পতিবাৰে সন্মুখীন হয় ক'লা পতাকাৰ। দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াই প্ৰদৰ্শন কৰে ক'লা পতাকা । আছুৰ কৰ্মী সকলে CAA আমি নামানো, আছু জিন্দাবাদ, মৃনাল শইকীয়া গ'বেক, মৃনাল শইকীয়াৰ দাদাগিৰি নচলিব আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে । উল্লেখ্য যে, নামঘৰৰ এক অনুস্থানত অংশগ্ৰহণ কৰিবলৈ যাওঁতেই আছু কৰ্মীয়ে ক'লা পতাকা প্ৰদৰ্শন কৰে বিধায়ক মৃনাল শইকীয়াক ।

বিধায়ক মৃনাল শইকীয়াক ক'লা পতাকা প্ৰদৰ্শন

ABOUT THE AUTHOR

...view details