অসম

assam

ETV Bharat / state

ন্যায্য প্ৰাপ্তিৰ দাবীত গোলাঘাটত আটছাৰ প্ৰতিবাদ - মজুৰি

গোলাঘাটত আটছাৰ প্ৰতিবাদ ৷ ন্যাৰ্য প্ৰাপ্তিৰ দাবীত আটছাই সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ সমস্যা সমাধান নকৰিলে জংগী আন্দোলনৰ হুংকাৰ দিয়ে সংগঠনটোৱে ৷

Massive Protest In Goalghat
ন্যাৰ্য প্ৰাপ্তিৰ দাবীত গোলাঘাটত আটছাৰ প্ৰতিবাদ

By

Published : Oct 12, 2020, 2:10 PM IST

গোলাঘাট, 12 অক্টোবৰ :চাহ শ্ৰমিকৰ ন্যায্য প্ৰাপ্য বিচাৰি গোলাঘাটত আটছাৰ প্ৰতিবাদ ৷ সোমবাৰে গোলাঘাটৰ চিপাহীবাৰী চাহ বাগিছাত আটছা আৰু চাহ শ্ৰমিকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।

ন্যাৰ্য প্ৰাপ্তিৰ দাবীত গোলাঘাটত আটছাৰ প্ৰতিবাদ

চিপাহীবাৰী চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখতঅসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) ফৰকাটিং উপ-শাখাৰ অন্তৰ্গত চিপাহীবাৰী বাগিছা প্ৰাথমিক গোটৰ উদ্যোগত চাহ শ্ৰমিকৰ সহযোগত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদকাৰীৰ মন্তব্য

চাহ শ্ৰমিকৰ দাবী অনুসৰি, নিম্নতম মজুৰি 351 টকালৈ বৃদ্ধি কৰা ৷ চাহ বাগিছাত20 শতাংশ বোনাচ প্ৰদানকৰা ৷ শ্ৰম আইন (1951) বাগিছাত সম্পূৰ্ণ প্ৰযোজ্য কৰা আৰু চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ শীঘ্ৰে সমস্যা সমাধান নকৰিলে জংগী আন্দোলনৰ হুংকাৰ দিয়ে সংগঠনটোৱে ৷

লগতে পঢ়ক :আইফেল গ্ৰাঁ-পিক্স : কেৰিয়াৰৰ 91 সংখ্যক জয় লেৱিছ হেমিল্টনৰ

ABOUT THE AUTHOR

...view details