গোলাঘাট,2 মে’ : ভোটগণনাৰ দিনাই গোলাঘাটৰ মাৰোৱাৰী পট্টীত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড ৷ মাৰোৱাৰী পট্টীস্থিত এটা প্লাষ্টিক সামগ্ৰীৰ গুদামত সংঘটিত হৈছে এই অগ্নিকাণ্ড । অগ্নিকাণ্ডত ভস্মীভূত হয় লক্ষাধিক টকাৰ সামগ্ৰী ৷
ভোটগণনা দিনাই গোলাঘাট মাৰোৱাৰী পট্টীত ভয়ংকৰ অগ্নিকাণ্ড - মাৰোৱাৰী পট্ৰিত অগ্নিকাণ্ড
গোলাঘাটৰ মাৰোৱাৰী পট্টীত ভয়ংকৰ অগ্নিকাণ্ড ৷ এটা প্লাষ্টিক সামগ্ৰীৰ গুদামত অগ্নিকাণ্ড । অগ্নিকাণ্ডত ভস্মীভূত হয় লক্ষাধিক টকাৰ সামগ্ৰী ৷
![ভোটগণনা দিনাই গোলাঘাট মাৰোৱাৰী পট্টীত ভয়ংকৰ অগ্নিকাণ্ড massive-fire-incident-at-golaghat](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11611143-thumbnail-3x2-g.jpg)
গোলাঘাট মাৰোৱাৰী পট্ৰিত ভয়ংকৰ অগ্নিকাণ্ড
গুদামটো সুভাষ পাটোৱাৰী নামৰ লোক এজনৰ বুলি জানিব পৰা গৈছে । অৱশ্যে বৰ্তমানো জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ ৷
লগতে পঢ়ক :বিসংগতিপূৰ্ণ এন আৰ চি নহয়, এখন শুদ্ধ এন আৰ চিৰ প্ৰয়োজন