অসম

assam

ETV Bharat / state

নুমলীগড়ত বন্যহস্তীৰ বিচৰণে আতংকিত কৰিছে ৰাইজক

বৰ্তমান এটা হাতীৰ জাক কাষতে থকা এখন চাহ বাগিচাত আশ্ৰয় লৈ থকাত আতংকিত হৈ আছে অঞ্চলটোৰ লোকসকল। কিন্তু ইমানৰ পিছতো বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই এই হাতী মানুহৰ সংঘাত প্ৰতিৰোধৰ বাবে ।

By

Published : Jul 10, 2019, 7:33 PM IST

নুমলীগড়ত অব্যাহত আছে হাতী মানুহৰ সংঘাট

গোলাঘাট, 10 জুলাইঃ গোলাঘাট জিলা নুমলীগড়ৰ বুঢ়া গোহাঁইখাট অঞ্চলত বন্যহস্তীৰ জাকে দিন দুপৰতে লণ্ডভণ্ড কৰে বুঢ়া গোহাঁইখাট মধ্য ইংৰাজী বিদ্যালয় গৃহ আৰু ২ নং বুঢ়া গোহাঁই খাট নিম্ন বুনিয়াদী বিদ্যালয়ৰ গৃহ । বন্যহস্তীয়ে খাই নিষ্ট কৰিলে মধ্যাহ্ন ভোজনৰ চাউল । লগতে অঞ্চলটোত হাতীৰ জাকটোৱে কেইবাটাও বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে ।

নুমলীগড়ত অব্যাহত আছে হাতী মানুহৰ সংঘাট

ইফালে বৰ্তমান এটা হাতীৰ জাক কাষতে থকা এখন চাহ বাগিচাত আশ্ৰয় লৈ থকাত আতংকিত হৈ আছে অঞ্চলটোৰ লোকসকল। কিন্তু ইমানৰ পিছতো বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই এই হাতী মানুহৰ সংঘাত প্ৰতিৰোধৰ বাবে ।

ABOUT THE AUTHOR

...view details