ETV Bharat / state
Illegal weapons in Sarupathar: সৰুপথাৰত উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ - অবৈধ মাৰণাস্ত্ৰ
শুকুৰবাৰে সৰুপথাৰত উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ (Illegal weapons recovered) ৷ টেঙানিৰ কছাৰীহোলাৰ এঘৰৰ পৰা উদ্ধাৰ হৈছে এই মাৰণাস্ত্ৰখিনি ৷ অবৈধ মাৰণাস্ত্ৰৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন লোকক ৷


সৰুপথাৰত উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
By
Published : Dec 10, 2022, 7:43 AM IST
| Updated : Dec 10, 2022, 10:22 AM IST
- শুকুৰবাৰে সৰুপথাৰত উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ(Illegal weapons recovered)
- টেঙানিৰ কছাৰীহোলাৰ এঘৰৰ পৰা উদ্ধাৰ হৈছে এই মাৰণাস্ত্ৰখিনি
- অবৈধ মাৰণাস্ত্ৰৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন লোকক
- টেঙানিৰ কছাৰীহোলাৰ নিজ গৃহৰ পৰা গ্ৰেপ্তাৰ ৰনজিত গগৈ ওৰফে মাচু নামৰ লোকজনক
- গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত বৰপথাৰ আৰক্ষীয়ে চলাইছিল অভিযান
- অভিযানটোৰ নেতৃত্ব দিছিল বৰপথাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰেমেশ্বৰ শইকীয়াই
- ইফালে জব্দ কৰা মাৰণাস্ত্ৰখিনিত আছে হস্তনিৰ্মিত বন্দুক আৰু কেইবাজাই সজীৱ গুলী
- ভাৰতীয় দণ্ডবিধি আইনৰ arms act 25 (1-B) ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে ৰনজিতক
সৰুপথাৰত উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Last Updated : Dec 10, 2022, 10:22 AM IST