অসম

assam

By

Published : Sep 10, 2019, 4:19 PM IST

ETV Bharat / state

দুচকু সেমেকি উঠা এটি কণমানিৰ কৰুণ গাঁথা

জীৱন যুঁজৰ চূড়ান্ত নিদৰ্শন ৷ পখিলা খেদি ফুৰা বয়সতে নিষ্ঠুৰ বাস্তৱৰ মুখামুখি হৈ দৃষ্টিহীন মাতৃৰ ভৰণ-পোষণৰ বাবে চাপৰিৰ পৰা শাক-পাচলি বুটলি বজাৰত বিক্ৰী কৰি পৰিয়াল পোহপাল দি আহিছে পংকজে ৷

দুচকু সেমেকি উঠা এটি কণমানিৰ কৰুণ গাথা

গোলাঘাট,10 ছেপ্তেম্বৰঃউচুপি উঠিছে কণমানিটোৱে... কাৰণ চৰকাৰৰ আচঁনিয়ে ঢুকি নোপোৱা দুৰ্ভগীয়া পংকজৰ কাষত নাই মাতৃৰ চিকিৎসাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ধন ৷ মাতৃৰ দায়িত্ব,নিজ শিক্ষাৰ দায়িত্ব অকলে বহন কৰা পংকজৰ বাবে জীৱনটো হৈ পৰিছে বৃহৎ প্ৰত্যাহ্বান ৷ তৎসত্বেও থমকি ৰোৱা নাই কিশোৰটি ৷ মাতৃ স্নেহৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা পংকজক সহায় কৰিবলৈ আগুৱাই আহিবনে পৰিৱৰ্তকামী চৰকাৰ অথবা কোনো সদাশয় ব্যক্তি...সবিশেষ চাওক এই প্ৰতিবেদনত....

দুচকু সেমেকি উঠা এটি কণমানিৰ কৰুণ গাথা

ABOUT THE AUTHOR

...view details