অসম

assam

By

Published : Feb 24, 2019, 10:35 AM IST

ETV Bharat / state

সুৰা সন্ত্ৰাস : ১৪৯ জনলৈ বৃদ্ধি মৃতকৰ সংখ্যা

মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা

etv bharat

নিউজ ডেস্ক, ২৪ ফেব্ৰুৱাৰী : বিষাক্ত সুৰা সেৱনৰ ফলত উজনি অসমৰ বিভিন্ন ঠাইত মৃত্যুৰ সংখ্যা ১৪৯ জনলৈ বৃদ্ধি। যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ৭০ জনলৈ বৃদ্ধি পাইছে মৃতকৰ সংখ্যা।

liquor tragedy

দেওবাৰে পুৱাৰ ভাগত ৫ জনকৈ লোকক ভৰ্তি কৰোৱা হয় যোৰহাট চিকিৎসা মহাবিদ্যালয়ত। গোলাঘাটত বিষাক্ত সুৰা সেৱন কৰি আৰু অধিক লোক আক্ৰান্ত হোৱা বুলি জানিবলৈ দিছে ১০৮ মৃত্যুঞ্জয় সেৱাৰ কৰ্মীয়ে। আক্ৰান্ত লোকক চিকিতসালয়লৈ আনিবলৈ পৰ্যাপ্ত পৰিমাণৰ ১০৮ মৃত্যুঞ্জয় এম্বুলেঞ্চৰ অভাৱত ব্যক্তিগত বাহনেৰে চিকিৎসালয়লৈ আনিবলগীয়াত পৰিছে পৰিয়ালক লোকে। বৰ্তমানলৈ গেলাঘাটত সুৰাপান কৰি মৃত্যু হৈছে ৩৭ জনৰ। আনহাতে বৰহোলাত মৃত্যুক সাবটি লৈছে ৩৩ জনে।

ABOUT THE AUTHOR

...view details