অসম

assam

ETV Bharat / state

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত উদ্ধাৰ গঁড়ৰ পোৱালি - কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত উদ্ধাৰ গঁড়ৰ পোৱালি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত এটা গঁড় পোৱালি উদ্ধাৰ। বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ লোকে উদ্ধাৰ কৰে মাইকী গঁড় পোৱালিটো ।

kaziranga-rhino-calf-rescue
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত উদ্ধাৰ গঁড়ৰ পোৱালি

By

Published : Aug 15, 2020, 1:57 PM IST

Updated : Aug 15, 2020, 5:27 PM IST

শনিবাৰ, 15 আগষ্ট : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত শনিবাৰে পুৱাই উদ্ধাৰ হয় এটা মাইকী গঁড় পোৱালি। বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পৰা যোৱা এটা দলে এবছৰীয়া গঁড় পোৱালিটো উদ্ধাৰ কৰে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত উদ্ধাৰ গঁড়ৰ পোৱালি

কাজিৰঙাৰ দহগাঁৱত বোকাত আবদ্ধ হৈ আছিল গঁড়ৰ পোৱালিটো। বহু সময় ধৰি বোকাত আবদ্ধ হৈ থকা বাবে গঁড় পোৱালিটো অসুস্থ হৈ পৰিছে। উদ্ধাৰৰ পিছতে গঁড় পোৱালিটোক বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ লৈ যোৱা হয়। অসুস্থ পোৱালিটোক খাদ্যৰ যোগান ধৰা হৈছে আৰু বৰ্তমান গঁড় পোৱালিটো চিকিৎসকৰ তত্বাৱধানত আছে বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক :স্বাধীনতা দিৱস উপলক্ষে ৰে'ল বিভাগৰ স্বচ্ছতা অভিযান

Last Updated : Aug 15, 2020, 5:27 PM IST

ABOUT THE AUTHOR

...view details