অসম

assam

দীপাৱলীৰ নিশা টুনী লাইট লগাঁওতে বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যু যুৱকৰ

কলিয়াবৰত উৎসৱৰ আনন্দৰ মাজতে শোকৰ ছাঁ ৷ দীপাৱলীত নিজৰ ঘৰ পোহৰাবলৈ গৈ বিদ্যুৎ স্পৃষ্ট হৈ প্ৰাণ গ'ল এজন যুৱকৰ ৷

By

Published : Oct 28, 2019, 5:33 PM IST

Published : Oct 28, 2019, 5:33 PM IST

Updated : Oct 28, 2019, 6:22 PM IST

কলিয়াবৰত দীপাৱলীত নিজৰ ঘৰ পোহৰাবলৈ গৈ প্ৰাণ গ'ল যুৱকৰ

কলিয়াবৰ,28 অক্টোবৰ :কলিয়াবৰত দেওবাৰে দীপাৱলীৰ সন্ধিয়া শোকাবহ ঘটনা ৷ দীপাৱলীত নিজৰ ঘৰ পোহৰাবলৈ গৈ প্ৰাণ গ'ল এজন যুৱকৰ ৷ কলিয়াবৰ কুঠৰীৰ পংকজ শইকীয়া নামৰ যুৱকজনে দীপাৱলীত নিজৰ ঘৰ টুনী লাইটৰে পোহৰাবলৈ গৈ বিদ্যুৎ স্পৃষ্ট হয় ৷ গুৰুতৰ ভাবে আহত যুৱক জনক চিকিৎসালয়লৈ অনা হৈছিল যদিও আদ বাটতে মৃত্যুক হয় যুৱকজনৰ । দীপাৱলীৰ আনন্দ-উল্লাসৰ মাজতে সংঘটিত কলিয়াবৰৰ এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ৷

কলিয়াবৰত দীপাৱলীত নিজৰ ঘৰ পোহৰাবলৈ গৈ বিদ্যুৎ স্পৃষ্ট হৈ প্ৰাণ গ'ল এজন যুৱকৰ
Last Updated : Oct 28, 2019, 6:22 PM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details