অসম

assam

ETV Bharat / state

কাজিৰঙাত বান পৰিস্থিতিৰ বুজ লয় ৰাজ্যপাল জগদীশ মুখীয়ে

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুখ্য কেন্দ্ৰস্থল মিহিমুখত বনমন্ত্ৰীক লগত লৈ বানপানীত হোৱা ক্ষয় ক্ষতিৰ বুজ লয় ৰাজ্যপাল গৰাকীয়ে ৷

By

Published : Jul 21, 2019, 11:50 PM IST

কাজিৰঙাত বান পৰিস্থিতিৰ বুজ লয় ৰাজ্যপাল জগদীশ মুখীয়ে

কাজিৰঙা, 21জুলাইঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুখ্য কেন্দ্ৰস্থল মিহিমুখত বন মন্ত্ৰীক লগত লৈ বানপানীত হোৱা ক্ষয় ক্ষতিৰ বুজ লয় ৰাজ্যপাল জগদীশ মুখীয়ে৷

কাজিৰঙাত বান পৰিস্থিতিৰ বুজ লয় ৰাজ্যপাল জগদীশ মুখীয়ে
বোকাখাতৰ বান বিধ্বস্ত অঞ্চল আৰু বানাক্ৰান্ত সকলৰ আশ্ৰয় শিবিৰ সমুহ পৰিদৰ্শন কৰি কাজিৰঙাত উপস্থিত হৈ সাংবাদিকৰ আগত মত ব্যক্ত কৰে যে, বিগত বৰ্ষ সমুহতকৈ এই বৰ্ষত বানপানীত মৃত্যু হোৱা বন্যজন্তুৰ হাৰ কম ৷ ৰাজ্যপালক উক্ত পৰিদৰ্শন কালত সংগ দিয়ে ৰাজ্যিক বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷

ABOUT THE AUTHOR

...view details