অসম

assam

ETV Bharat / state

গোলাঘাটত পালন হলিকা দহন - গোলাঘাট

বিশ্বৰ অপায় অমংগল নাশ তথা দেশত শান্তি স্থাপনৰ বাবে‍ ফাকুৱাৰ প্ৰথম নিশা  জ্বলোৱা হয় মেজি ৷ এই মেজি জ্বলোৱা পৰ্বক হলিকা দহন বুলি‍ কোৱা হয়৷

আজি ৰঙৰ উৎসৱ ফাকুৱা

By

Published : Mar 21, 2019, 10:24 AM IST

গোলাঘাট,21 মাৰ্চ : আজি ৰঙৰ উৎসৱ ফাকুৱা । হিন্দু ধৰ্মৰ পৰম্পৰা ৰক্ষা কৰি সমগ্ৰ ভাৰতৰ লগতে‍ অসমতো বিভিন্ন লোকে ফাকুৱাৰ প্ৰথম নিশা পালন কৰে হলিকা দাহ ৷

আজি ৰঙৰ উৎসৱ ফাকুৱা
একেদৰে গোলাঘাটৰ মাৰোৱাৰী আৰু হিন্দীভাষী ৰাইজেও বুধবাৰে নিশা পালন কৰে হলিকা দহন৷

উল্লেখ্য যে,হিন্দু ধৰ্মাৱলম্বী লোকৰ পৰম্পৰা অনুসৰি বিশ্বৰ অপায় অমংগল নাশ তথা দেশত শান্তি স্থাপনৰ বাবে‍ এই উৎসৱৰ প্ৰথম নিশা জ্বলোৱা হয় মেজি ৷ এই মেজি জ্বলোৱা পৰ্বক হলিকা দহন বুলি‍ কোৱা হয়৷

ABOUT THE AUTHOR

...view details