অসম

assam

ETV Bharat / state

ভাৰতবৰ্ষক অৰ্থনৈতিকভাৱে সৱল কৰা ডিব্ৰুগড় চহৰ - Historic communications of dibrugarh Etv bharat assam report

ভাৰতবৰ্ষক অৰ্থনৈতিকভাৱে সৱল কৰা ডিব্ৰুগড় চহৰৰ আঁৰৰ কথাৰে...আমাৰ সাংবাদিক দিগন্ত চাহুৱে প্ৰস্তুত কৰা এক প্ৰতিবেদন...

ভাৰতবৰ্ষক অৰ্থনৈতিকভাৱে সৱল কৰা ডিব্ৰুগড় চহৰৰ
ভাৰতবৰ্ষক অৰ্থনৈতিকভাৱে সৱল কৰা ডিব্ৰুগড় চহৰৰ

By

Published : Mar 2, 2020, 11:02 PM IST

ডিব্ৰুগড়, 2 মাৰ্চঃ ভাৰতবৰ্ষক অৰ্থনৈতিকভাৱে সৱল কৰাৰ ক্ষেত্ৰত অসমৰ ডিব্ৰুগড় চহৰৰ আছে বিশেষ অৱদান ৷ বৃটিছৰ দিনৰ পৰাই ডিব্ৰুগড় চহৰৰ গুৰুত্ব অপৰিসীম৷ ১৮০০ শতিকাত ডিব্ৰুগড়ে ভাৰতবৰ্ষক বাণিজ্য দিশত যোগাইছিল বিশেষ অৰিহণা । উজনি অসমৰ ডিব্ৰুগড়ক বাণিজ্যিক কেন্দ্ৰ ৰূপে প্ৰতিষ্ঠা কৰিছিল বৃটিছে । সেই সময়ৰ অবিভক্ত ডিব্ৰুগড়ৰ আশে পাশে গঢ় লৈ উঠিছিল চাহ শিল্প,সন্ধান পোৱা গৈছিল খনিজ তেল আৰু কয়লাৰ । যাৰবাবে ৰেলপথ আৰু জলপথৰ সু ব্যৱস্থা গঢ়ি তুলিছিল বৃটিছে। অসমৰ ভিতৰতে প্ৰথম ডিব্ৰুগড়ত স্থাপন কৰা হৈছিল ৰেলপথ। এই সম্পৰ্কত চাওক আমাৰ সাংবাদিক দিগন্ত চাহুৱে যুগুত কৰা এক বিশেষ প্ৰতিবেদন....

ভাৰতবৰ্ষক অৰ্থনৈতিকভাৱে সৱল কৰা ডিব্ৰুগড় চহৰ

ABOUT THE AUTHOR

...view details