গোলাঘাট, 13 জুনঃ গোলাঘাটৰ খুমটাইত বৃহস্পতিবাৰে উপস্থিত হয় ৰাজ্য চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী পীয়ূষ হাজৰিকা৷ খুমটাই আদৰ্শ চিকিৎসালয় মুকলি কৰে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷
খুমটাইত কি ক'লে পীয়ূষ হাজৰিকাই?
গুৱাহাটী-খুমটাই অভিমুখী পথতে বোকাখাত মহকুমা চিকিৎসালয় পৰিদৰ্শন কৰিছিল স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷ চিকিৎসালয়খনত অনুপস্থিত থকাৰ বাবেই তিনিগৰাকী চিকিৎসকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লয় স্বাস্থ্য়মন্ত্ৰীগৰাকীয়ে ৷
পীযুষ হাজৰিকা
আনহাতে গুৱাহাটী-খুমটাই অভিমুখী পথতে বোকাখাত মহকুমা চিকিৎসালয় পৰিদৰ্শন কৰিছিল স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷ চিকিৎসালয়খনত অনুপস্থিত থকাৰ বাবেই তিনিগৰাকী চিকিৎসকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লয় স্বাস্থ্য়মন্ত্ৰীগৰাকীয়ে ৷