অসম

assam

ETV Bharat / state

খুমটাইত অনুষ্টুপীয়াকৈ গৰু বিহু পালন.. - খুমটাইত তাকৰিয়াকৈ গৰু বিহু পালন

লকডাউনৰ ফলত হেঁপাহৰ ৰঙালী বিহুৰ মাদকতা ম্লান পৰিছে অসমবাসীৰ মাজত।

গৰু বিহু পালন..
গৰু বিহু পালন..

By

Published : Apr 13, 2020, 3:06 PM IST

খুমটাই, 13 এপ্ৰিলঃ লকডাউনৰ মাজতে নামমাত্ৰকৈ হ'লেও খুমটাইৰ বিভিন্ন অঞ্চলত পালন কৰা হ'ল গৰু বিহু । বাপতিসাহোন ৰঙালী বিহু উপলক্ষে সোমবাৰে খুমটাইৰ চিনাতলীত পৰম্পৰাগতভাৱে গৰুক মাহ হালধিৰে গোহালিতে নোৱালে গৃহস্থই ৷ লক ডাউনৰ ফলত এতিয়া এনেদৰে পৰম্পৰা ৰক্ষা কৰিছে প্ৰতিঘৰ চহা অসমীয়াই ৷

গৰু বিহু পালন..

ABOUT THE AUTHOR

...view details