কমাৰগাঁও আৰক্ষীৰ জালত চোৰৰ দল - কমাৰগাঁও আৰক্ষীয়ে হাতত আটক চুৰি সামগ্ৰীসহ এটা চোৰৰ দল
কমাৰগাঁও আৰক্ষীয়ে হাতত আটক চুৰি সামগ্ৰীসহ এটা চোৰৰ দল
![কমাৰগাঁও আৰক্ষীৰ জালত চোৰৰ দল](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4396201-thumbnail-3x2-kamargaon-theft.jpg)
কমাৰগাঁও আৰক্ষীৰ জালত চোৰৰ দল
গোলাঘাট,10 ছেপ্তেম্বৰ : গোলাঘাট কমাৰগাওঁ আৰক্ষীৰ জালত এটা চোৰৰ দল । জব্দ কৰে বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী। আৰক্ষীয়ে আটক কৰে এগৰাকী মহিলা চোৰসহ তিনিটা চোৰৰ দল ৷ আটক হোৱা চোৰ কেইটাৰ নাম ৰিকী দাস,গুদু দাস,চাৰুণ আলি আৰু মেঘালী দাস। চোৰৰ দলটোৱে দুমাহ পূৰ্বে খুমটাইৰ বনগাঁও অঞ্চলৰ নামঘৰৰ লগতে কেইবাটাও নামঘৰত চুৰি কাণ্ড সংঘটিত কৰিছিল। সেই গোচৰৰ আলমতে কমাৰগাঁও আৰু খুমটাই আৰক্ষীয়ে অভিযান চলায় কাঁহৰ বাচন বৰ্তন আৰু পানীৰ মটৰকে ধৰি বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰে ।
কমাৰগাঁও আৰক্ষীৰ জালত চোৰৰ দল