অসম

assam

ETV Bharat / state

গোলাঘাটৰ শালমৰাত ৰঙা আৰু সেউজীয়াৰ আচ্ছাদন

চাৰিওফালে কেৱল ভোটজলকীয়াৰ খেতি ৷

By

Published : Jun 21, 2019, 6:31 PM IST

চাৰিওফালে কেৱল ভোটজলকীয়া

গোলাঘাট,২১জুনঃ ভোট জলকীয়াৰ খেতিৰে স্বাৱলম্বিতা অৰ্জন কৰিছে গোলাঘাটৰ 10 গৰাকী মহিলাই । কঠোৰ পৰিশ্ৰমেৰে ভোট জলকীয়াৰ খেতি কৰি উন্নতমানৰ ভোটজলকীয়া উৎপাদন কৰিবলৈ সক্ষম হৈছে গোলাঘাটৰ প্ৰতিধ্বনি আত্মসহায়ক গোটৰ এইসকল মহিলাই । প্ৰতিধ্বনি আত্মসহায়ক গোটৰ এই 10 গৰাকী মহিলাই নিজকে সম্পূৰ্ণৰূপে নিয়োগ কৰিছে এই ভোটজলকীয়া খেতিত।

চাৰিওফালে কেৱল ভোটজলকীয়া

ABOUT THE AUTHOR

...view details