গোলাঘাট,14 ছেপ্টেম্বৰ : সোমবাৰে গোলাঘাট জিলাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ জিলাখনৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ১ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিয়ে । জাতিৰ প্ৰমাণ পত্ৰত টিজিএলৰ পৰিৱৰ্তে আদিবাসী জাতিৰ প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ দাবী জনাই সংগঠনটোৱে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷
গোলাঘাটত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ - আদিবাসী জাতিৰ প্ৰমাণ পত্ৰ
আদিবাসী জাতিৰ প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ দাবী জনাই সোমবাৰে গোলাঘাট জিলাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিয়ে সাব্যস্ত কৰে প্ৰতিবাদ ৷

গোলাঘাটত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ
গোলাঘাটত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ
অন্য এক খবৰৰ বাবে:বঙাইগাঁৱত ট্ৰাকসহ জব্দ জীৱ-জন্তুৰ অংগ-প্ৰত্যংগ
প্ৰতিবাদকাৰীসকলে অতি শীঘ্ৰে আদিবাসী জাতিৰ প্ৰমাণ পত্ৰ দিবলৈ চৰকাৰক দাবী জনাই ৷ অন্যথা জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ৷