কাৰ্বি আংলঙত বিষাক্ত কাঠফুলা খাই অসুস্থ ছজনকৈ লোক - ETV BHARAT
কাৰ্বি আংলঙত বিষাক্ত কাঠফুলা খাই একেটা পৰিয়ালৰ ৬ জন অসুস্থ ৷ দুজনক সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি কৰোৱা হৈছে ৷
![কাৰ্বি আংলঙত বিষাক্ত কাঠফুলা খাই অসুস্থ ছজনকৈ লোক](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2835262-1103-5456036d-df37-4ac2-aa8b-c9d5bed3d107.jpg)
কাৰ্বি আংলঙৰ চকীহোলাত বিষাক্ত কাঠফুলা খাই অসুস্থ ৬
গোলাঘাট,29 মাৰ্চ:কাৰ্বি আংলং জিলাৰ সীমামূৰীয়া চকীহোলাৰ বিষাক্ত কাঠফুলা খাই একেটা পৰিয়ালৰ ছজনকৈ লোক অসুস্থ। চকীহোলাৰ ৰশ্মি তেৰংপি আৰু তেওঁৰ ৫ সন্তান বৰ্তমান চিকিৎসাধীন ।
কাৰ্বি আংলঙৰ চকীহোলাত বিষাক্ত কাঠফুলা খাই অসুস্থ ৬