বোকাখাত, 7 ফেব্ৰুৱাৰীঃশুকুৰবাৰে ৮৯ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বোকাখাট অধিৱেশনৰ মুকলি সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে উপস্থিত থাকে, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ৷ সভাত মন্ত্ৰী গৰাকীয়ে নিজ ভাষণযোগে আছুক তীব্ৰ সমালোচনা কৰে ৷
শীঘ্ৰেই আলফা (স্বা) ৰ সৈতে আলোচনাৰ সম্ভাৱনা চৰকাৰৰঃ হিমন্ত বিশ্ব শৰ্মা - শীঘ্ৰেই আলফা (স্বা) ৰ সৈতে আলোচনাৰ সম্ভাৱনা চৰকাৰৰঃ হিমন্ত বিশ্ব শৰ্মা
আজি বোকাখাতত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশনত উপস্থিত থাকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ৷ সভাত মন্ত্ৰী গৰাকীয়ে আছুক তীব্ৰ সমালোচনা কৰাৰ লগতে শীঘ্ৰেই আলফা আৰু চৰকাৰৰ মাজত হ'ব পাৰে শান্তিৰ আলোচনা হ'ব বুলি জানিবলৈ দিয়ে ৷
হিমন্ত বিশ্ব শৰ্মা
উল্লেখ্য যে, সভাৰ শেষত সাংবাদিকৰে হোৱা বাৰ্তালাপত তেওঁ অতি শীঘ্ৰেই আলফা (স্বা) আৰু চৰকাৰৰ মাজত শান্তি আলোচনা হ'ব পাৰে বুলি উল্লেখ কৰে ৷
লগতে পঢ়ক ঃআলফা(স্বা)ক শান্তিৰ মেজলৈ আমন্ত্ৰণ হিমন্ত বিশ্ব শৰ্মাৰ