অসম

assam

By

Published : May 15, 2019, 12:41 PM IST

ETV Bharat / state

গোলাঘাটত বিহু মাৰি পোৱা ধনেৰে শিক্ষাদান দুখীয়া ছাত্ৰ-ছাত্ৰীক

গোলাঘাট মুৰফুলনী অঞ্চলৰ যুৱক আৰু বয়োজ্যেষ্ঠসকলে একত্ৰিত হৈ মুৰফুলনী আৰু ফুলবাৰীত গৃহস্থৰ ঘৰে ঘৰে গৈ হুঁচৰি মাৰি পোৱা ধনেৰে দুখীয়া ছাত্ৰ ছাত্ৰীক টিউচন দিয়াৰ এক সিদ্ধান্ত গ্ৰহণ কৰে ৷

গোলাঘাটত বিহু মাৰি পোৱা ধনেৰে শিক্ষাদান দুখীয়া ছাত্ৰ-ছাত্ৰীক

গোলাঘাট,১৫মে' : গোলাঘাট জিলাৰ মুৰফুলনী গাঁৱৰ ৰাইজৰ এক ব্যতিক্ৰমী প্ৰয়াস। গোলাঘাট মুৰফুলনী অঞ্চলৰ যুৱক আৰু বয়োজ্যেষঠসকলে একত্ৰিত হৈ মুৰফুলনী আৰু ফুলবাৰীত গৃহস্থৰ ঘৰে ঘৰে গৈ হুঁচৰি মাৰি পোৱা ধনেৰে দুখীয়া ছাত্ৰ ছাত্ৰীক ঘৰুৱা শিক্ষা তথা টিউচন দিয়াৰ এক সিদ্ধান্ত গ্ৰহণ কৰে ।

গোলাঘাটত বিহু মাৰি পোৱা ধনেৰে শিক্ষাদান দুখীয়া ছাত্ৰ-ছাত্ৰীক

দুখীয়া ছাত্ৰ-ছাত্ৰীক শিক্ষিত কৰি তোলাৰ উদ্দেশ্যেৰে অংক, বিজ্ঞান, ইংৰাজী বিষয়ত টিউচন প্ৰদান কৰা হ'ব ।

ABOUT THE AUTHOR

...view details