প্ৰলয়ংকাৰী বান : নিঃশেষ 150 টা পৰিয়ালৰ জীৱিকা - assam news
গোলাঘাটৰো বহু কেইটা অঞ্চলত সৰ্বস্বান্ত কৰিলে উজনিৰ বানে । কি কৃষি ভূমি, কি পশুধন সকলোবোৰ এফালৰ পৰা নিশেষ কৰি গ'ল প্ৰলয়ংকাৰী বানে ৷
![প্ৰলয়ংকাৰী বান : নিঃশেষ 150 টা পৰিয়ালৰ জীৱিকা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3938643-thumbnail-3x2-uuuu.jpg)
প্ৰলয়ংকাৰী বানৰ কবলত 150 টা পৰিয়ালৰ জীবিকা
ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকাৰী বানে তচনচ কৰি গ'ল সমগ্ৰ অসম ৷ গোলাঘাটৰো বহু কেইটা অঞ্চলত সৰ্বস্বান্ত কৰিলে উজনিৰ বানে । কি কৃষি ভূমি, কি পশুধন সকলোবোৰ এফালৰ পৰা নিশেষ কৰি গ'ল প্ৰলয়ংকাৰী বানে । কাকডোঙা নৈৰ পাৰত বসবাস কৰি কুমাৰ শিল্পৰ দ্বাৰা জীৱিকা নিৰ্বাহ কৰা প্ৰায় ডেৰশটা পৰিয়ালৰ জীৱিকাও নিশেষ হৈ গ'ল বিধ্বংসী বানত ।
Last Updated : Jul 25, 2019, 6:37 PM IST