অসম

assam

ETV Bharat / state

গোলাঘাটত দীক্ষুৰ সংগীতানুষ্ঠান - গোলাঘাট নগৰ ৰঙালী বিহু সন্মিলন

গোলাঘাট নগৰ ৰঙালী বিহু সন্মিলনৰ অন্তিম কাৰ্যসূচীত জনপ্ৰিয় কন্ঠশিল্পী দীক্ষুৰ গীতৰ শৰাই ৷ গোলাঘাট সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত এই সাংস্কৃতিক অনুষ্ঠানত আয়াৰলেণ্ডৰ বিদেশী পৰ্যটকৰো অংশগ্ৰহণ ৷

গোলাঘাটত দীক্ষুৰ গীতৰ শৰাই

By

Published : Apr 22, 2019, 9:09 AM IST

গোলাঘাট, 22 এপ্ৰিলঃ ১২ বছৰ অতিক্ৰম কৰা বৃহত্তৰ গোলাঘাট নগৰ ৰঙালী বিহু সন্মিলনৰ অন্তিম অনুষ্ঠানত অসমৰ জনপ্ৰিয় কন্ঠশিল্পী দিক্ষুৱে গীত পৰিৱেশন কৰে। গোলাঘাট সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা এই বিহু সন্মিলনত দিক্ষুৰ গীতৰ লহৰে লহৰে বিহু নাচি মতলীয়া হৈ পৰে উপস্থিত দৰ্শক ৷ ইয়াৰ উপৰিও অনুষ্ঠানত আয়াৰলেণ্ডৰ বিদেশী পৰ্যটকৰ এটা দলেও অংশ গ্ৰহণ কৰে ৷

গোলাঘাটত দীক্ষুৰ গীতৰ শৰাই

ABOUT THE AUTHOR

...view details