অসম

assam

By

Published : May 22, 2021, 8:51 PM IST

ETV Bharat / state

গোলাঘাটত অটো ৱৰ্ল্ড হি'ৰ উদ্যোগত মাস্ক, ছেনিটাজাৰ বিতৰণ

গোলাঘাটৰ অটো ৱৰ্ল্ড হি'ৰ উদ্যোগত শনিবাৰে মাস্ক আৰু ছেনিটাজাৰ বিতৰণ কৰে । গোলাঘাটৰ চিনাতলী হাবিচোৱা গাঁৱৰ এশটা পৰিয়ালক মাস্ক আৰু ছেনিটাজাৰ বিতৰণ কৰে প্ৰতিষ্ঠানটোৱে ৷

গোলাঘাটত অটো ৱৰ্ল্ড হি'ৰ উদ্যোগত মাস্ক, চেনিটাজাৰ বিতৰণ
গোলাঘাটত অটো ৱৰ্ল্ড হি'ৰ উদ্যোগত মাস্ক, চেনিটাজাৰ বিতৰণ

গোলাঘাট, 22মে’:দেশত ভয়াৱহ ৰূপ ধাৰণ কৰিছে ক’ৰণা মহামাৰীয়ে ৷ ৰাজ্যত সম্প্ৰতি ক’ৰণা আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে যদিও মৃত্যুৰ হাৰ আজিও কম হোৱা নাই ৷ চৰকাৰে ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰৰ বাবে কেতবোৰ নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে ৷ সকলোকে সজাগ আৰু সচেতন হৈ চৰকাৰে জাৰি কৰা নীতি নিৰ্দেশনা সমূহ পালন কৰিবলৈ আহ্বান জনাইছে ৷

তাৰমাজতে গোলাঘাটৰ অটো ৱৰ্ল্ড হি'ৰ উদ্যোগত শনিবাৰে মাস্ক আৰু ছেনিটাজাৰ বিতৰণ কৰে । গোলাঘাটৰ চিনাতলী হাবিচোৱা গাঁৱৰ এশটা পৰিয়ালক মাস্ক আৰু চেনিটাজাৰ বিতৰণ কৰে প্ৰতিষ্ঠানটোৱে ৷ লগতে ক’ভিড-19ৰ সজাগতাৰ বিষয়েও ৰাইজক অৱগত কৰে অটো ৱৰ্ল্ড গোলাঘাটৰ স্বত্বাধিকাৰী সুজিত কানৈয়ে ।

লগতে পঢ়কঃ সোণাৰি থানা পালেহি সদ্য মুক্তি প্ৰাপ্ত ৰিতুল শইকীয়া

ABOUT THE AUTHOR

...view details