- 15 আগষ্টৰ পূৰ্বে গোলাঘাটত উদ্ধাৰ মাৰণাস্ত্ৰ
- গোলাঘাট আৰক্ষীৰ অভিযানত মেৰাপানী কাছমাৰীৰ মিলনপুৰৰ পৰা পিষ্টলসহ গ্ৰেপ্তাৰ এজন দুৰ্বৃত্ত
- দুটা পইণ্ট টু টু পিষ্টল বিক্ৰী কৰিবলৈ আনোতেই গোলাঘাট আৰু মেৰাপানী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দিপেন বড়ো নামৰ দুৰ্বৃত্তজনক
- বৰ্তমান পলাতক অৱস্থাত হেমন্ত হাজৰিকা নামৰ আন এজন দুৰ্বৃত্ত
- আৰক্ষীৰ সোধ পোছ অব্যাহত
গোলাঘাটত মাৰণাস্ত্ৰসহ আটক এজন - ARMS RECOVERDED
গোলাঘাট আৰক্ষীৰ অভিযানত মেৰাপানী কাছমাৰীৰ মিলনপুৰৰ পৰা পিষ্টলসহ গ্ৰেপ্তাৰ এজন দুৰ্বৃত্ত
15 আগষ্টৰ পূৰ্বে গোলাঘাটত উদ্ধাৰ মাৰণাস্ত্ৰ