শ্বহীদলৈ বিধায়ক মৃণাল শইকীয়াৰ শ্ৰদ্ধাঞ্জলি - ইছলামিক সন্ত্ৰাসবাদী
ইছলামিক সন্ত্ৰাসবাদীৰ প্ৰতি দৰদ দেখুওৱাসকলক সকীয়নি প্ৰদান
![শ্বহীদলৈ বিধায়ক মৃণাল শইকীয়াৰ শ্ৰদ্ধাঞ্জলি](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2456064-806-b0cbfd37-dfc1-4542-9d67-8d028222e3b8.jpg)
কাশ্মীৰত নিহত শ্বহীদ সেনালৈ শ্ৰদ্ধাঞ্জলি বিধায়ক মৃনাল শইকীয়াৰ
গোলাঘাট, ১৫ ফেব্ৰুৱাৰীঃ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা চি আৰ পি এফৰ বীৰ শ্বহীদ জোৱানসকলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে খুমটাইৰ বিধায়ক মৃনাল শইকীয়াই।
কাশ্মীৰত নিহত শ্বহীদ সেনালৈ শ্ৰদ্ধাঞ্জলি বিধায়ক মৃনাল শইকীয়াৰ