অসম

assam

ETV Bharat / state

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চললৈ বান সাহায্য বিতৰণ শিল্পী সমাজৰ - ভৃগু কাশ্যপ, ৰাকেশ ৰিয়ান, মণ্টুমণি

বেচৰকাৰী সংগঠন প্ৰিয় বন্ধুৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলৰ বানাক্ৰান্ত লোকলৈ সাহায্য সামগ্ৰী বিতৰণ ভৃগু কাশ্যপ, ৰাকেশ ৰিয়ান, মণ্টুমণি আৰু লগতে একাংশ জনপ্ৰিয় শিল্পীৰ ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চললৈ বান সাহাৰ্য বিতৰণ শিল্পী সমাজৰ

By

Published : Jul 23, 2019, 6:32 PM IST


গোলাঘাট,23 জুলাই : বানে বিধ্বস্ত কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া গ্ৰামাঞ্চলৰ বানপীড়িত সকললৈ সহায়ৰ হাত আগবঢ়াইছে শিল্পী সমাজে ৷ প্ৰিয়বন্ধু নামৰ বেচৰকাৰী সংগঠনৰ তৰফৰ পৰা কাজিৰঙাৰ জাপৰী পথাৰৰ বানাক্ৰান্ত লোকৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰিলে ভৃগু কাশ্যপ, ৰাকেশ ৰিয়ান, মণ্টুমণি আৰু লগতে একাংশ জনপ্ৰিয় শিল্পীয়ে ৷ লগতে প্ৰিয় বন্ধুৰ যোগেদি শিল্পী কেইজনে সমগ্ৰ অসমৰ শিল্পী সমাজক বানপীড়িত লোকক সহায় কৰিবলৈ আহ্বান জনালে ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চললৈ বান সাহাৰ্য বিতৰণ শিল্পী সমাজৰ

ABOUT THE AUTHOR

...view details