গোলাঘাট, 30 ডিচেম্বৰ:গোলাঘাটৰ খুমটাইত নিশা অভিযান চলাই পিষ্টলসহ পাঁচজন যুৱকক আটক কৰে আৰক্ষীয়ে(five people arrested with pistol in golaghat) ৷ আটকাধীন যুৱককেইজন ক্ৰমে পিয়ুষ দে, বলৰাম মুৰাৰী, কুক্ষেশ্বৰ মানকী, ফিৰোন নাগ আৰু গজেন্দ্ৰ সাহা ৷
গোলাঘাটৰ খুমটাইত পিষ্টলসহ পাঁচজনক আটক - Youth arrested with pistol
গোলাঘাটৰ খুমটাইত নিশা আৰক্ষীৰ অভিযান ৷ পিষ্টলসহ পাঁচজন যুৱকক আটক কৰে আৰক্ষীয়ে (five people arrested with pistol in golaghat) ।
![গোলাঘাটৰ খুমটাইত পিষ্টলসহ পাঁচজনক আটক five people arrested with gun in golaghat](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-14056275-thumbnail-3x2-t.jpg)
গোলাঘাটৰ খুমটাইত পিষ্টলসহ পাঁচজনক আটক
আটকাধীন আটাইকেইজন আলনাৰ প্ৰাক্তন সদস্য বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ অধিক তথ্যৰ বাবে আৰক্ষীয়ে আটকাধীন যুৱককেইজনক জেৰা অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক:Encounter in Jorhat : আৰক্ষীৰ গুলিত গুলীবিদ্ধ পচা ওৰফে ৰমেশ বাছফৰ