অসম

assam

ETV Bharat / state

গোলাঘাটত চলন্ত বাহনত অগ্নিকাণ্ড - গোলাঘাটত চলন্ত বাহনত অগ্নিকাণ্ড

দৈগ্ৰোঙৰ পৰা গোলাঘাট নগৰলৈ আহি থকাৰ সময়তেই গোলাঘাটৰ চুকাফা সমন্বয় ক্ষেত্ৰত এখন চলন্ত বাহনত সূত্ৰপাত হয় অগ্নিকাণ্ডৰ ৷ অগ্নিকাণ্ডটোৰ ফলত কথমপি ৰক্ষা পৰে বাহনখনৰ ভিতৰত থকা চাৰিজনীয়া এটা পৰিয়াল ৷

fire occurred in a ruuning car at Golaghat
গোলাঘাটত চলন্ত বাহনত অগ্নিকাণ্ড

By

Published : Oct 3, 2020, 1:24 PM IST

গোলাঘাট, 3 অক্টোবৰঃ গোলাঘাটৰ চুকাফা সমন্বয় ক্ষেত্ৰত চলন্ত বাহনত সংঘটিত হয় অগ্নিকাণ্ড ৷ পথৰ মাজতে চলন্ত অৱস্থাত হঠাৎ ইণ্ডিকা বাহনত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷ দৈগ্ৰোঙৰ পৰা গোলাঘাট নগৰলৈ আহি থকাৰ সময়তেই বাহনখনৰ পৰা ধোৱা নিৰ্গত হয় ৷ ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা পৰে বাহনৰ ভিতৰত থকা চাৰিজনীয়া এটা পৰিয়ালৰ ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত SDRF বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷

গোলাঘাটত চলন্ত বাহনত অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details