গোলাঘাট, 21 নৱেম্বৰ: দেৰগাৱঁৰ ৰঙামাটিত বৃহস্পতিবাৰে সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷ ব্ৰহ্মপুত্ৰ এগ্ৰো ইণ্ডাষ্ট্ৰিত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড ৷ উদোগটোৰ ভিতৰত সূত্ৰপাত হয় জুই ৷
দেৰগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড - ব্ৰহ্মপুত্ৰ এগ্ৰো ইণ্ডাষ্ট্ৰিত ভয়ংকৰ অগ্নিকাণ্ড
দেৰগাঁৱৰ ৰঙামাটিত ভয়ংকৰ অগ্নিকাণ্ড ৷ ব্ৰহ্মপুত্ৰ এগ্ৰো ইণ্ডাষ্ট্ৰি নামৰ উদ্যোগটোৰ বিদ্যুতৰ বাল্বৰ পৰা সূত্ৰপাত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷
![দেৰগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5138945-58-5138945-1574359314082.jpg)
দেৰগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড
দেৰগাঁৱৰ ৰঙামাটিত ভয়ংকৰ অগ্নিকাণ্ড
জানিব পৰা মতে, বিদ্যুতৰ বাল্বৰ পৰা এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷ পিচত বাহিৰৰ পৰা উদ্যোগটোৰ বেৰ কাটি অগ্নি নিৰ্বাপক বাহিনীৰ নেৰানেপেৰা চেষ্টাৰ ফলত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ এই ভয়ংকৰ অগ্নিকাণ্ডত উদ্যোগটোৰ কিমান ক্ষয়-ক্ষতি হৈছে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ৷