- গোলাঘাটৰ নেঘেৰিটিং শিৱদৌলত অবৈধ ঘৰ উচ্ছেদ
- উচ্ছেদ অভিযানকলৈ উত্তেজনাময় পৰিস্থিতি অঞ্চলজুৰী
- ঐতিহ্যমণ্ডিত শিৱদৌলৰ পুখুৰীলৈ যোৱা এটি পথ বেদখল হৈ আছিল বহুদিন ধৰি
- পথটোত স্থানীয় লোকে নিৰ্মাণ কৰিছিল বাসগৃহৰ লগতে বিপনী
- দুবাৰকৈ প্ৰশাসনে জাননী প্ৰদান কৰাৰ পাচতো গুৰুত্ব দিয়া নাছিল বেদখলকাৰীসকলে
- প্ৰশাসনৰ ভূমিকাত সন্তুষ্টি প্ৰকাশ ৰাইজৰ দেৰগাঁৱত অবৈধ উচ্ছেদ অভিযান
দেৰগাঁৱত অবৈধ উচ্ছেদ অভিযান - shivdoal
ঐতিহ্যমণ্ডিত শিৱদৌলৰ পুখুৰীলৈ যোৱা এটি পথ বেদখল হৈ আছিল বহুদিন ধৰি

দেৰগাঁৱত অবৈধ উচ্ছেদ অভিযান