হাতী-মানুহৰ সংঘাতঃ কেমেৰাত আৱদ্ধ শিহৰণকাৰী দৃশ্য - elephant terror at many areas of Golaghat
ক্ৰমাৎ গোলাঘাটত ভয়াৱহ হৈছে হাতী-মানুহৰ সংঘাত ৷ এবাৰ যদি মানুহে হাতী খেদিছে, আনবাৰ আকৌ হাতীয়ে মানুহ খেদিছে ৷ কেমেৰাত বন্দী এই শিহৰণকাৰী দৃশ্যঃ

গোলাঘাটত অব্যাহত হাতী-মানুহৰ সংঘাত
গোলাঘাট,4মে'ঃগোলাঘাটত দিনে নিশাই জাকে জাকে বন্যহস্তীয়ে জনাঞ্চলত প্ৰৱেশ কৰি সৃষ্টি কৰিছে আতংকময় পৰিৱেশৰ ৷ এই দৃশ্য গোলাঘাটৰ বৰচাপৰি অঞ্চলৰ ৷ কেৱল বৰচাপৰি অঞ্চলেই নহয়, কেইবাদিনো ধৰি এজাক বৃহৎ বন্যহস্তীয়ে ত্ৰাসৰ সৃষ্টি কৰি আহিছে নুমলীগড় লেটেকুচাপৰি, বৰগৰীয়া, কমাৰগাঁও অঞ্চলত । উপায়ন্তৰ গাঁওবাসীয়ে হাতে হাতে জুই, শেল, বলম,লাঠী ,কেটেপা, লৈ হাতী খেদিবলৈ বাধ্য হৈছে ৷
গোলাঘাটত অব্যাহত হাতী-মানুহৰ সংঘাত