অসম

assam

ETV Bharat / state

বন্ধ হ'ব কাজিৰঙাৰ এলিফেণ্ট ছাফাৰী

কাজিৰঙাত বন্ধ হ'ব চৰকাৰী-বেচৰকাৰী হাতী ছাফাৰী

By

Published : Apr 27, 2019, 1:48 AM IST

বন্ধ হ'ব কাজিৰঙাৰ এলিফেণ্ট ছাফাৰী

27 এপ্ৰিল, গোলাঘাটঃ পৰ্যটকৰ বাবে দু-খবৰ ৷ চলিত বৰ্ষৰ 1 মে' ৰ পৰা বন্ধ হ'ব কাজিৰঙাৰ এলিফেণ্ট ছাফাৰি ৷ বন্ধ হ'ব চৰকাৰী-বেচৰকাৰী হাতী ছাফাৰীও ৷ শুকুৰবাৰে এই কথা ৰাজহুৱা কৰে পূব অসম বন্যপ্ৰাণী প্ৰাধিকাৰী ৰোহিণী শইকীয়াই ৷ কেৱল এয়াই নহয়, পৰ্যটকৰ বাবে শীঘ্ৰেই বন্ধ হ'ব পাৰে আন সকলো ধৰণৰ কাজিৰঙা দৰ্শনৰ ব্যৱস্থা ৷ উল্লেখ্য যে, 2018 বৰ্ষৰ 1 নৱেম্বৰৰ পৰা 2019 বৰ্ষলৈকে মুকলি কৰা হৈছিল হাতী ছাফাৰী ৷

ABOUT THE AUTHOR

...view details