অসম

assam

খুমটাইৰ ভোলাগুৰিত বন্যহস্তীৰ উপদ্ৰৱ

By

Published : Dec 23, 2020, 2:25 PM IST

Updated : Dec 23, 2020, 2:33 PM IST

গোলাঘাট জিলাৰ খুমটাইৰ ভোলাগুৰিত নিতৌ অব্যাহত আছে হাতী-মানুহৰ সংঘাত।বিগত কেইবাদিন ধৰি বন্যহস্তীৰ সন্ত্ৰাসে জ্বলা-কলা খুৱাইছে অঞ্চলবাসী ৰাইজক ৷ মঙলবাৰে নিশা ৫০/৬০ জনীয়া এটি বৃহৎ হাতীৰ জাকে ভোলাগুৰি গাঁৱৰ অসীম বৰা নামৰ লোকজনৰ বাসগৃহটো সম্পূৰ্ণৰূপে ভাঙি পেলায় ৷

elephant-attack-at-golaghat
খুমটাইৰ ভোলাগুৰিত বন্যহস্তীৰ উপদ্ৰৱ

গোলাঘাট,23 ডিচেম্বৰঃগোলাঘাট জিলাৰ খুমটাইৰ ভোলাগুৰিত নিতৌ অব্যাহত আছে হাতী-মানুহৰ সংঘাত। বিগত কেইবাদিন ধৰি বন্যহস্তীৰ সন্ত্ৰাসে জ্বলা-কলা খুৱাইছে অঞ্চলবাসী ৰাইজক ৷ মঙলবাৰে নিশা ৫০/৬০ জনীয়া এটি বৃহৎ হাতীৰ জাকে ভোলাগুৰি গাঁৱৰ অসীম বৰা নামৰ লোকজনৰ বাসগৃহটো সম্পূৰ্ণৰূপে ভাঙি পেলায় ৷ অতি দৰিদ্ৰ পৰিয়ালটোৰ এতিয়া হাঁহ নচৰা অৱস্থা ৷ তদুপৰি হাতীৰ জাকটোৱে ভঁৰালো ভাঙি তথনচ কৰে ৷

খুমটাইৰ ভোলাগুৰিত বন্যহস্তীৰ উপদ্ৰৱ

ইয়াকে লৈ এক হাহকাৰ অৱস্থাৰ সৃষ্টি হৈছে পৰিয়ালটোৰ মাজত ৷ উল্লেখ্য যে,প্ৰত্যেক দিনাই বন্যহস্তীৰ উপদ্ৰৱ চলি থকাৰ পিছতো হাতী খেদিবলৈ কোনোধৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাই বন বিভাগে ৷

লগতে পঢ়কঃনগাঁও মহাবিদ্যালয়লৈ অটোন'মাছ কলেজৰ স্বীকৃতি

Last Updated : Dec 23, 2020, 2:33 PM IST

ABOUT THE AUTHOR

...view details