গোলাঘাট, 25 মাৰ্চ : গোলাঘাট জিলাৰ শালমৰা চাহ বাগিচাত বিজেপিৰ প্ৰাৰ্থী মৃনাল শইকীয়াৰ পদযাত্ৰা ৷ খুমটাই সমষ্টিৰ বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী মৃনাল শইকীয়াই ধোদৰ আলিৰ পৰা কেইবাশ সমৰ্থকৰ সৈতে এই পদযাত্ৰাত অংশ লয় ৷ সাংস্কৃতিক সমদলেৰে শালমৰা চাহ বাগিচাৰ বিজেপি অস্থায়ী কাৰ্যালয়লৈকে প্ৰায় এক কিলোমিটাৰ পথ পৰ্যন্ত এই পদযাত্ৰা বাহিৰ কৰা হয় ৷
শালমৰা চাহ বাগিচাত বিজেপি প্ৰাৰ্থী মৃনাল শইকীয়াৰ পদযাত্ৰা - বিজেপি প্ৰাৰ্থী মৃনাল শইকীয়া
শালমৰা চাহ বাগিচাত বিজেপি প্ৰাৰ্থী মৃনাল শইকীয়াৰ পদযাত্ৰা ৷ কেইবাশ সমৰ্থকৰ সৈতে চাহ বাগিচাস্থিত বিজেপিৰ অস্থায়ী কাৰ্যালয়লৈ যাত্ৰা কৰে মৃনাল শইকীয়াই ৷

শালমৰা চাহ বাগিচাত বিজেপি প্ৰাৰ্থী মৃনাল শইকীয়াৰ পদযাত্ৰা
শালমৰা চাহ বাগিচাত বিজেপি প্ৰাৰ্থী মৃনাল শইকীয়াৰ পদযাত্ৰা