গোলাঘাট, 8 মে’: গোলাঘাটত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিকৃতি দাহ কৰিলে শিক্ষা মন্ত্ৰীৰ। গোলাঘাটৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ AICTEৰ স্বীকৃতি লাভ নকৰাক লৈ প্ৰতিবাদ। শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ প্ৰতিকৃতি দাহ কৰি চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ। মহাবিদ্যালয়ত অধ্যয়নৰত ৯২ গৰাকী ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰৰ পৰা ৰক্ষা কৰিবলৈ অনতিপলমে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। ছাত্ৰ মুক্তিৰ অভিযোগ পুঁজিবাদৰ অভ্যুত্থানৰ সময়ত ৰাজহুৱা এনেধৰণৰ শিক্ষা অনুষ্ঠান ধ্বংসৰ ই এক জলন্ত উদাহৰণ ।
শিক্ষামন্ত্ৰীৰ প্ৰতিকৃতি দাহ গোলাঘাট ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ - প্ৰতিকৃতি দাহ
গোলাঘাটৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ AICTEৰ স্বীকৃতি লাভ নকৰাক লৈ প্ৰতিবাদ । শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ প্ৰতিকৃতি দাহ কৰি চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ
শিক্ষা মন্ত্ৰীৰ প্ৰতিকৃতি দাহ গোলাঘাট ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ
আৰু পঢ়ক: আজি পৰ্যন্ত অসম্পূৰ্ণ হাফলং শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট ওৱেষ্ট কৰিডৰ
অভিযান্ত্ৰিক মহাবিদ্যালয়খন বিজেপি চৰকাৰৰ ষড়যন্ত্ৰৰ বলি হোৱাৰ অভিযোগ ৷