অসম

assam

ETV Bharat / state

গোলাঘাটত চিকিৎসকৰ প্ৰতিবাদ

ডিব্ৰুগড় ডিকম চাহ বাগিচাত 6 মে'ত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি ডাক্তৰ প্ৰবীন ঠাকুৰক শাৰীৰিক ভাবে প্ৰহাৰ কৰা প্ৰতিবাদত এই প্ৰতিবাদী কাৰ্যসূচী ।

গোলাঘাটত চিকিৎসকৰ প্ৰতিবাদ

By

Published : May 11, 2019, 12:32 PM IST

গোলাঘাট , 11 মে' : গোলাঘাটত ডাক্তৰ সমাজৰ প্ৰতিবাদ । ডিব্ৰুগড় ডিকম চাহ বাগিচাত 6 মেত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি ডাক্তৰ প্ৰবীন ঠাকুৰক শাৰীৰিক ভাবে প্ৰহাৰ কৰা প্ৰতিবাদত এই প্ৰতিবাদী কাৰ্যসূচী । অসম চিকিৎসা সেৱা আৰু ইণ্ডিয়ান মেডিকেল এছ'চিয়েছন উদ্যোগত গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালত ক'লা বেজ পৰিধান কৰি এঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে ডাক্তৰ সমাজে ।

গোলাঘাটত চিকিৎসকৰ প্ৰতিবাদ

চিকিৎসক সকলক সুৰক্ষা প্ৰদান কৰা , দোষীক উচিত শাস্তি প্ৰদান কৰা , চিকিৎসক আক্ৰমণৰ ঘটনা বন্ধ কৰা বিভিন্ন দাবীৰে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীক দাবী জনায় ।

ABOUT THE AUTHOR

...view details