সৰুপথাৰ, 15 জুনঃ ধনশিৰি মহকুমা প্ৰশাসনৰ উদ্যোগত সৰুপথাৰত শ্বহীদ কুশল কোঁৱৰৰ ৭৬ সংখ্যক মৃত্যু বাৰ্ষিকী পালন ৷ পুৱা শ্বহীদ কুশল কোঁৱৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে ধনশিৰি মহকুমা প্ৰশাসনে ৷ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সহযোগিতা কৰে সৰুপথাৰৰ বিশিষ্ট নাগৰিক সকলে |
৭৬ সংখ্যক মৃত্যু বাৰ্ষিকীত শ্বহীদ কুশল কোঁৱৰক সোঁৱৰণ - শ্বহীদ কুশল কোঁৱৰ
সৰুপথাৰত শ্বহীদ কুশল কোঁৱৰৰ ৭৬ সংখ্যক মৃত্যু বাৰ্ষিকী পালন ৷ ধনশিৰি মহকুমা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত শ্বহীদ কুশল কোঁৱৰৰ মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি প্ৰশাসনে আয়োজন কৰে ৰক্ত দান শিবিৰ
![৭৬ সংখ্যক মৃত্যু বাৰ্ষিকীত শ্বহীদ কুশল কোঁৱৰক সোঁৱৰণ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3565746-775-3565746-1560585413810.jpg)
৭৬ সংখ্যক মৃত্যু বাৰ্ষিকীত শ্বহীদ কুশল কোঁৱৰক সোঁৱৰণ
৭৬ সংখ্যক মৃত্যু বাৰ্ষিকীত শ্বহীদ কুশল কোঁৱৰক সোঁৱৰণ
উল্লেখ্য যে, শ্বহীদ কুশল কোঁৱৰৰ মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি ধনশিৰি মহকুমা প্ৰশাসনে আয়োজন কৰে ৰক্ত দান শিবিৰ| সৰুপথাৰৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ধনশিৰি মহকুমাৰ মহকুমাধিপতি ডাঃ পি উদয় পবিনে ৰক্তদান কৰি এই শিবিৰৰ শুভ উদ্বোধন কৰে | মহকুমাটোৰ প্ৰশাসনিক বিষয়া, কৰ্মচাৰী, সাংবাদিক তথা স্থানীয় ৰাইজে অংশ গ্ৰহণ কৰে এই কাৰ্যসূচীত৷
লগতে পঢ়কঃ স্বগৃহত শ্বহীদ সুনীল কলিতাৰ নিথৰ দেহ