গোলাঘাট, 12 মেঃ বাৰিষাৰ আগমনৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বান, গৰা-খহনীয়াৰ আশংকাত আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ৷ বানৰ লগতে ঠায়ে ঠায়ে ভাগছে মথাউৰি ৷ সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে গৰা-খহনীয়া ৷
ধনশিৰিৰ খহনীয়াক লৈ আতংকিত ৰাইজ - Flood Problem
গোলাঘাট জিলাৰ মৰঙি মৌজাৰ অন্তৰ্গত চেঁচামুখত ধনশিৰিৰ খহনীয়াক লৈ এতিয়া আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ প্ৰতি বছৰে এইদৰে গৰা-খহনীয়াৰ ফলত ধনশিৰিৰ বুকুত জাহ গৈছে শতাধিক পৰিয়ালৰ ঘৰ-মাটি ।

ধনশিৰি গৰাখহনীয়া
ধনশিৰিৰ গৰাখহনীয়াক লৈ আতংকিত গঁঞা
গোলাঘাট জিলাৰ মৰঙি মৌজাৰ অন্তৰ্গত চেঁচামুখত ধনশিৰিৰ খহনীয়াক লৈ এতিয়া আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ প্ৰতি বছৰে এইদৰে গৰা-খহনীয়াৰ ফলত ধনশিৰিৰ বুকুত জাহ গৈছে শতাধিক পৰিয়ালৰ ঘৰ-মাটি । চৰকাৰক বাৰে বাৰে অনুৰোধ জনোৱাৰ পাচতো বিফল হোৱা ৰাইজে এতিয়া এইদৰে আতংকত দিন পাৰ কৰিছে ৷