অসম

assam

ETV Bharat / state

গোলাঘাটত ধুমুহাৰ তাণ্ডৱ

গোলাঘাটত প্ৰচণ্ড ধুমুহা-বতাহৰ ফলত জিলাখনৰ প্ৰায় 15খন গাঁৱৰ বিস্তৰ ক্ষতি-সাধন হয় ৷

By

Published : Sep 3, 2019, 7:42 AM IST

গোলাঘাটত ধুমুহাৰ তাণ্ডৱ

দেৰগাঁও,২ছেপ্টেম্বৰ : গোলাঘাটত প্ৰচণ্ড ধুমুহা ৷ প্ৰচণ্ড ধুমুহা-বতাহত ক্ষতিগ্ৰস্ত হয় দেৰগাঁৱৰ প্ৰায় ১৫ খন গাঁও ৷ দেৰগাঁৱৰ নাহৰণি, মাজগাওঁ, বাতিপৰীয়া, বৰুৱাঢাপ, লাওভগাকে আদি কৰি প্ৰায় ১৫ খন গাঁৱৰ ঘৰ -দুৱাৰকে আদি কৰি কেইবাখনো বিদ্যালয়ৰ গৃহ ভাগি পৰে ৷ ধুমুহাৰ ফলত পথত বাগৰি পৰে প্ৰকাণ্ড গছ ৷ ইয়াৰোপৰি, বিদ্যুতৰ খুটা আৰু তাঁৰ ছিঙি পৰাত সমগ্ৰ অঞ্চলটোত ব্যাহত হৈ পৰে বিদ্যুৎ সেৱা ৷

গোলাঘাটত ধুমুহাৰ তাণ্ডৱ

ABOUT THE AUTHOR

...view details