অসম

assam

দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ক কণ্টেইনমেণ্ট জ’ন ঘোষণা

By

Published : May 8, 2021, 7:54 AM IST

দেৰগাওঁ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ক ঘোষণা কৰা হ’ল কণ্টেইনমেণ্ট জ’ন হিচাপে ৷ বৃহস্পতিবাৰে ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছিল প্ৰশিক্ষণৰত এগৰাকী আৰক্ষী বিষয়াৰ ৷ শুকুৰবাৰে মহিমা চাহ বাগিচাৰ এজন কৰ্মচাৰীও কৰ’ণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিছিল ৷

দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ক ঘোষণা ক’ন্টেইনমেন্ট জ’ন
দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ক ঘোষণা ক’ন্টেইনমেন্ট জ’ন

গোলাঘাট,8 মে’:গোলাঘাটৰদেৰগাওঁ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ক ঘোষণা কৰা হ’ল কণ্টেইনমেণ্ট জ’ন হিচাপে ৷ বৃহস্পতিবাৰে ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছিল প্ৰশিক্ষণৰত এগৰাকী আৰক্ষী বিষয়াৰ ৷ ক’ভিডত আক্ৰান্ত হৈ মৃত্যুক সাৱতি লোৱা প্ৰশিক্ষণৰত আৰক্ষীগৰাকী হৈছে বাগাৰাম বড়ো ।

দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ক কণ্টেইনমেণ্ট জ’ন ঘোষণা

ইফালে দেৰগাঁৱৰ মহিমা চাহ বাগিচাৰ আনন্দ কুমাৰ শ্ৰীবাস্তৱ নামৰ কৰ্মচাৰীগৰাকীৰ শুকুৰবাৰে ক’ভিডত আক্ৰান্ত হৈ মৃত্যু ঘটে । মৃত শ্ৰীবাস্তৱ আছিল মহিমা বাগিচা সহকাৰী পৰিচালক ।

লগতে পঢ়ক:ভাৰতত ক'ভিডৰ দ্বিতীয় লহৰ: ভুল ক'ত হ'ল ?

ABOUT THE AUTHOR

...view details