দেৰগাঁও,25 ফেব্ৰুৱাৰীঃ মঙলবাৰৰ পৰা অন্ধকাৰ হৈ পৰিব দেৰগাঁও চহৰ ৷ নজ্বলিব দেৰগাঁও চহৰৰ ষ্ট্ৰীট লাইট ৷ দেৰগাঁও পৌৰ সভাই বিদ্যুৎ বিভাগক আদায় দিবলৈ বাকী আছে 12 লাখ টকাৰ বিদ্যুৎ মাছুল ৷ যাৰ বাবে বিদ্যুৎ বিভাগে সংযোগ বিচ্ছিন্ন কৰি দিছে প্ৰায় ৫০০ৰো অধিক ষ্ট্ৰীট লাইটৰ ৷ পৌৰসভাই ১২ লাখ টকা আদায় দিলেহে পুনৰ পোহৰ হৈ উঠিব দেৰগাঁও চহৰ ৷
বিল দিবলৈ বাকী পৌৰসভাৰ,নজ্বলিব দেৰগাঁও চহৰৰ ষ্ট্ৰীট লাইট - নজ্বলিব দেৰগাঁও চহৰৰ ষ্ট্ৰীট লাইট
দেৰগাঁও পৌৰ সভাই বিদ্যুৎ বিভাগক আদায় দিবলৈ বাকী আছে 12 লাখ টকাৰ বিদ্যুৎ মাছুল ৷ যাৰ বাবে বিদ্যুৎ বিভাগে সংযোগ বিচ্ছিন্ন কৰি দিছে প্ৰায় ৫০০ ৰো অধিক ষ্ট্ৰীট লাইটৰ ৷

বিল দিবলৈ বাকী পৌৰসভাৰ,নজ্বলিব দেৰগাঁও চহৰৰ ষ্ট্ৰীট লাইট
নজ্বলিব দেৰগাঁও চহৰৰ ষ্ট্ৰীট লাইট