গোলাঘাট,10 ছেপ্টেম্বৰ:ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গোলাঘাট জিলাৰ নুমলীগড়টো পালন কৰা হয় মহা জন্মাষ্টমী ।
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মহা জন্মাষ্টমী পালন
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গোলাঘাটৰ নুমলীগড়টো পালন কৰা হৈছে মহা জন্মাষ্টমী । প্ৰান্তে প্ৰান্তে নামঘৰত ভগৱান শ্ৰী কৃষ্ণৰ অষ্টম অৱতাৰৰ মহা জন্মাষ্টমী পালন ৷
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মহা জন্মাষ্টমী পালন
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পালন কৰা হৈছিল ভগৱান শ্ৰী কৃষ্ণৰ অষ্টম অৱতাৰৰ মহা জন্মাষ্টমী ৷ শ্ৰী কৃষ্ণ বন্দনাৰে মুখৰীত হৈ পৰে সত্ৰ, নামঘৰ সকলো ৷ নুমলীগড়ৰ ৫ নং ৰংবঙত অৱস্থিত 'একশৰণ ভাগৱতী সমাজ' অসমৰ একমাত্ৰ মহাপুৰুষীয়া পালনাম থানতো নাম প্ৰসংগ, কীৰ্তন পাঠ, গীতাৰ বাণীৰে অনুস্থিত হৈ যায় শ্ৰী কৃষ্ণৰ জন্মাষ্টমী ৷