গোলাঘাট,২৭ এপ্ৰিল:ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে এতিয়া কৰ'ণাৰ ভয়াৱহ সংক্ৰমণ দেখিবলৈ পোৱা গৈছে । কৰ'ণা দ্বিতীয় ঢৌত বহু লোক সংক্ৰমিত হৈছে মহামাৰীত । আনকি সাধাৰণ লোকৰ উপৰিও চিকিৎসক বা স্বাস্থ্যসেৱাৰ লগত জড়িত লোক সকলো আক্ৰান্ত হোৱাৰ খবৰ আহিছে । এইবাৰ গোলাঘাট জিলাৰ বোকাখাতৰ মহকুমা স্বাস্থ্য বিষয়া আক্ৰান্ত কৰ'ণাত ।
বোকাখাতৰ মহকুমা স্বাস্থ্য বিষয়া আক্ৰান্ত কৰ'ণাত - assam covid update
বোকাখাতৰ ব্লক পি.এইচ.চিৰ ডা০ ভাৰত ফুকন আক্ৰান্ত হৈছে কৰ'ণাত । মঙলবাৰে পৰীক্ষা কৰাত তেওঁৰ দেহত ভাইৰাছৰ অৱস্থিতি ধৰা পৰে । চিকিৎসকগৰাকীয়ে তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে ক'ভিড পৰীক্ষা কৰাৰ বাবে আহ্বান জনাইছে ।
![বোকাখাতৰ মহকুমা স্বাস্থ্য বিষয়া আক্ৰান্ত কৰ'ণাত বোকাখাতৰ মহকুমা স্বাস্থ্য বিষয়া আক্ৰান্ত কৰ'ণাত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11556052-857-11556052-1619524789080.jpg)
বোকাখাতৰ মহকুমা স্বাস্থ্য বিষয়া আক্ৰান্ত কৰ'ণাত
বোকাখাত ব্লক পি.এইচ.চিৰ ডা০ ভাৰত ফুকন আক্ৰান্ত হৈছে কৰ'ণাত । মঙলবাৰে পৰীক্ষা কৰাত তেওঁৰ দেহত ভাইৰাছৰ অৱস্থিতি ধৰা পৰে । ইয়াৰ লগে লগে চিকিৎসক গৰাকীয়ে তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে ক'ভিড পৰীক্ষা কৰাৰ বাবে আহ্বান জনাইছে ।