অসম

assam

By

Published : Feb 28, 2020, 5:23 AM IST

ETV Bharat / state

গোলাঘাটত প্ৰতিবাদকাৰীৰ ক'লা পতাকাৰ প্ৰত্যুত্তৰ গামোচাৰে দিলে ৰঞ্জিত দাসে

বৃহস্পতিবাৰে গোলাঘাটৰ এক সাংগঠনিক সভাত অংশগ্ৰহণ কৰিবলৈ গৈ আছু আৰু AJYCP ৰ সদস্যৰ ক'লা পতাকাৰ সন্মুখীন হ'ল বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ৷ কিন্তু প্ৰতিবাদকাৰীৰ ক'লা পতাকা প্ৰত্যুত্তৰ দিলে হাতত লৈ থকা গামোচাৰে বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে ৷

প্ৰতিবাদকাৰীৰ ক'লা পতাকাৰ প্ৰত্যুত্তৰ গামোচাৰে দিলে ৰঞ্জিত দাসে
প্ৰতিবাদকাৰীৰ ক'লা পতাকাৰ প্ৰত্যুত্তৰ গামোচাৰে দিলে ৰঞ্জিত দাসে

গোলাঘাট, 27 ফেব্ৰুৱাৰীঃ গোলাঘাটত ক'লা পতাকাৰ সন্মুখীন হ'ল বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ৷ আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ক'লা পতাকাৰ সন্মুখীন হ'ল বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকী ৷ বৃহস্পতিবাৰে গোলাঘাটৰ এক সাংগঠনিক সভাত অংশগ্ৰহণ কৰিবলৈ গৈছিল সভাপতি গৰাকী ৷ কিন্তু এইবাৰো তেওঁ প্ৰতিবাদকাৰীৰ ক'লা পতাকা প্ৰত্যুত্তৰ দিলে হাতত লৈ থকা গামোচাৰে ৷

ক'লা পতাকাৰ প্ৰত্যুত্তৰ গামোচাৰে দিলে ৰঞ্জিত দাসে

উল্লেখ্য যে, গোলাঘাট সমষ্টিৰ অন্তৰ্গত বিজেপিৰ আজিৰ সাংগঠনিক সভাখনত ৮ গৰাকী চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যই বিজেপিত যোগদান কৰে ৷

লগতে পঢ়কঃ

প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে পদত্যাগ কৰক : প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈ

ABOUT THE AUTHOR

...view details