গোলাঘাট,13 এপ্ৰিল: অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাথো এটা দিন বাকী । সেয়েহে ৰঙালী বিহুক আদৰাৰ বাবে এতিয়া সাজু প্ৰতিজন অসমীয়া ৷ সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ ধনশিৰি মহকুমাৰ সৰুপথাৰৰ নাওজানতো এতিয়া ৰঙালী বিহুটিক আদৰাৰ ব্যাপক প্ৰস্তুতি ।
বিহুক আদৰিবলৈ সাজু সৰুপথাৰবাসী - গোলাঘাট
সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ ধনশিৰি মহকুমাৰ সৰুপথাৰৰ নাওজানতো এতিয়া ৰঙালী বিহুটিক আদৰাৰ ব্যাপক প্ৰস্তুতি । বিহু নৃত্যৰ প্ৰশিক্ষণ লৈ সৰুপথাৰৰ নাওজান জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে আজি বিদ্যালয় প্ৰাংগণত প্ৰদৰ্শন কৰে বিহু ৷

বিহুক আদৰিবলৈ সাজু সৰুপথাৰবাসী
বিহুক আদৰিবলৈ সাজু সৰুপথাৰবাসী
বিহু নৃত্যৰ প্ৰশিক্ষণ লৈ সৰুপথাৰৰ নাওজান জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে আজি বিদ্যালয় প্ৰাংগণত প্ৰদৰ্শন কৰে বিহু ৷ বিশেষকৈ উঠি অহা প্ৰজন্মক বিহু নৃত্যৰ প্ৰতি আকৰ্ষিত কৰিবলৈ নাওজান জাতীয় বিদ্যালয়ে এই প্ৰয়াস কৰে বুলি জানিবলৈ দিয়ে উদ্যোক্তাই ৷